This browser does not support the video element.
হেলেম: গহপুৰত সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ বিশাল গণ সমাবেশ
Helem, Biswanath | Aug 31, 2025
গহপুৰৰ নয়া ঘগৰা চাহ বাগিছাত সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ বিশাল গণ সমাবেশ অনুষ্ঠিত। বিশ্বনাথ জিলা কমিটিৰ উদ্যোগত আৰু আঞ্চলিক কমিটি সমুহৰ সহযোগত অনুষ্ঠিত হোৱা বিশাল গণ সমাবেশত কেন্দ্ৰীয় কমিটিৰ সভাপতি ৰেজান হৰ আৰু সম্পাদক দেবেন ওৰাং অংশ গ্ৰহণ কৰিব। আদিবাসী সকলক জনজাতি কৰণ, মাটিৰ পট্টা প্ৰদান, জাতিগত প্ৰমাণ পত্ৰ প্ৰদান, চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধিকে আদি কৰি বহু কেইটা দাবী চৰকাৰক অতি শীঘ্ৰে সমাধান কৰাৰ দাবী জনাই। ইয়াৰ অন্যথাই ২০২৬ নিৰ্বাচনত উচিত প্ৰত্যুত্তৰ দিয়া হব ।