Download Now Banner

This browser does not support the video element.

কোকৰাঝাৰ ভাগ: পৰিষদীয় নিৰ্বাচনলৈ চহৰত UPPL প্ৰধান প্ৰমোদ বড়োৰ বৃহৎ ৰোড শ্ব, হাজাৰ হাজাৰ ৰাইজে অংশগ্ৰহণ

Kokrajhar Part, Kokrajhar | Aug 25, 2025
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কোকৰাঝাৰত দুই সমষ্টিত নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ পিছতে সোমবাৰে আবেলি ৪ বজাত কোকৰাঝাৰ চহৰত বৃহৎ ৰোড শ্ব কৰি নিজৰ শক্তি প্ৰদৰ্শন প্ৰয়াস প্ৰমোদ বড়োৰ। কোকৰাঝাৰ চৰকাৰী উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয় খেল পথাৰৰ পৰা চহৰখনৰ মাজ মজিয়া জেডিৰোড হৈ গ্ৰীণফিল্ডলৈ উলিওৱা হৈছে উক্ত বৃহৎ সমন্বয় ৰোড শ্ব। ছয়টা পৰিষদীয় সমষ্টিৰ ৪০ হেজাৰ দলীয় নেতা-কৰ্মী আৰু বিভিন্ন জাতি-জনগোষ্ঠীৰ ৰাইজে অংশ গ্ৰহণ কৰিছে উক্ত ৰোড শ্বত।
Read More News
T & CPrivacy PolicyContact Us