Download Now Banner

This browser does not support the video element.

বিশ্বনাথ: জিলা আয়ুক্তই শিল্পীক অপমান কৰাৰ অভিযোগ, পশিল্পী প্ৰাঞ্জল ডেকাৰ প্ৰতিক্ৰিয়া

Biswanath, Biswanath | Sep 2, 2025
এগৰাকী জিলা আয়ুক্তই এজন সংগীতগুৰু তথা শিল্পীক অপমান সূচক মন্তব্য কৰাক লৈ সম্প্ৰতি বিশ্বনাথত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া। জিলা আয়ুক্তই শিল্পী গৰাকীক কৰা অপমান সহ্য কৰিব নোৱাৰি শিল্পী গৰাকীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে নিজৰ সামাজিক মাধ্যমত আৰু এতিয়া এই ভিডিঅ হৈ পৰিছে ভাইৰেল।প্ৰাঞ্জল ডেকা নামৰ শিল্পীজনক কৰা অপমানৰ বাবে শিল্পী গৰাকীয়ে এই অনুষ্ঠানত অংশ গ্ৰহন নকৰাৰ সিদ্ধান্ত গ্ৰহন কৰিছে।
Read More News
T & CPrivacy PolicyContact Us