This browser does not support the video element.
কোকৰাঝাৰ ভাগ: ফকিৰাগ্ৰাম বিটিচি পৰিষদীয় সমষ্টিৰ অধীন নামাপাৰাত নিৰ্বাচনী প্ৰচাৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী হাছনি আৰা বেগমৰ l
Kokrajhar Part, Kokrajhar | Sep 8, 2025
কোকৰাঝাৰ জিলাৰ ফকিৰাগ্ৰাম বিটিচি পৰিষদীয় সমষ্টিৰ অধীন নামাপাৰাত সোমবাৰে আবেলি ৪ বজাত নিৰ্বাচনী প্ৰচাৰ চলাই কংগ্ৰেছ দলে। কংগ্ৰেছ ৰ প্ৰাৰ্থী হাছনি আৰা বেগমে নিজৰ দলৰ নেতৃবৃন্দ সকল কলৈ অহা ২২ চেপ্টেম্বৰত অনুষ্ঠিত হব লগীয়া নিৰ্বাচন ৰ বাবে জোৰদাৰ প্ৰচাৰ চলাইছে গ্ৰাম্য অঞ্চলত। আৰু নিজকে ফকিৰাগ্ৰামত জয় নিশ্চিত বুলি দাবী কৰে । আজি ফকিৰাগ্ৰাম ৰ প্ৰাৰ্থী হাছনি আৰা বেগম ৰ হৈ জলেশ্বৰ ৰ বিধায়ক আফটাব উদ্দিন মোল্লাই প্ৰচাৰ চলাই।