Download Now Banner

This browser does not support the video element.

গুৱাহাটী: খানাপাৰাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সন্মুখত ১২০০ শিল্পীয়ে একেলগে গালে ড° ভূপেন হাজৰিকাৰ ১৪টা গীত

Guwahati, Kamrup Metropolitan | Sep 13, 2025
শনিবাৰে খানাপাৰাত সুধাকণ্ঠৰ সোঁৱৰণি অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সন্মুখত ১২০০ শিল্পীয়ে একেলগে গালে ড° ভূপেন হাজৰিকাৰ ১৪টা গান। সুধাকণ্ঠ ভূপেন হাজৰিকাক শ্ৰদ্ধাঞ্জলি জ্ঞাপন প্ৰধানমন্ত্ৰী মোদীৰ। উপস্থিত ১৫ হাজাৰ লোকেও একেলগে পৰিৱেশন কৰিলে সুধাকন্ঠৰ অসম আমাৰ ৰূপহী গীতটি।
Read More News
T & CPrivacy PolicyContact Us