Install App
shivbhakti
This browser does not support the video element.
কমলপুৰ: কমলপুৰৰ কলাজলত ভয়ংকৰ পথ দুৰ্ঘটনা,তীব্ৰবেগী বাহনে মহতিয়াই নিয়ে ৰঞ্জিত কাকতি নামৰ এজনক, চিকিৎসালয়ত মৃত্যু
Kamalpur, Kamrup | Sep 3, 2025
বুধবাৰে কমলপুৰৰ কলাজলত ভয়ংকৰ পথ দুৰ্ঘটনা।কমলপুৰৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই পথ দুৰ্ঘটনা।তীব্ৰবেগী বাহনে মোহটিয়াই নিয়ে ৰঞ্জিত কাকতি নামৰ এজন ব্যক্তিক। স্থানীয় ৰাইজে ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যায় যদিও মৃত্যু হয় কাকতিৰ।ঘটনাস্থলীত কমলপুৰ আৰক্ষী উপষ্টিত হৈ আৰম্ভ কৰিছে তদন্ত।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!