Download Now Banner

This browser does not support the video element.

ওদালগুৰি: ইএম সঞ্জীত তাঁতীৰ ফটো ভাইৰেলক লৈ ননৈ চেৰফাঙত সহস্ৰাধিক জনতাৰ প্ৰতিবাদ

Udalguri, Udalguri | Aug 25, 2025
বিটিআৰৰ ই এম সঞ্জিত তাঁতীৰ আপত্তিজনক ফটো ভাইৰেলক লৈ প্ৰতিক্ৰিয়া অব্যাহত আছে ননৈ চেৰফাঙত । হৰিশিঙা থানাৰ অন্তৰ্গত ঘাগ্ৰাৰ ৰতন মণ্ডল নামৰ এজন যুৱকে সঞ্জিত তাঁতীৰ ফটো সম্পাদনা কৰি ভাইৰেল কৰাৰ অভিযোগ তুলি আজি ননৈ চেৰফাঙৰ সহস্ৰাধিক জনতাই ৰাজপথলৈ ওলাই আহি ৰতন মণ্ডলক শীঘ্ৰে গ্ৰেপ্তাৰ কৰাৰ দাৱীত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। ই এম সঞ্জিত তাঁতীৰ সমৰ্থনত ওলাই অহা সহস্ৰাধিক জনতাই ই এম গৰাকীৰ বিৰুদ্ধে ৰচা সকলো ষড়যন্ত্ৰ ওফৰাই পেলোৱাৰ হুংকাৰ দিয়ে।
Read More News
T & CPrivacy PolicyContact Us