This browser does not support the video element.
চাৰিদুৱাৰ: ৰঙাপাৰাত সংঘটিত হ’য় ভয়ংকৰ পথ দুৰ্ঘটনা,উক্ত পথ দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত হ’ল ভাৰতীয় সেনাৰ বাহনৰ চালক
Chariduar, Sonitpur | Aug 19, 2025
ৰঙাপাৰাত সংঘটিত হ’য় পথ দুৰ্ঘটনা ৷ উক্ত পথ দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত হ’ল ভাৰতীয় সেনাৰ বাহনৰ চালক । উল্লেখ্য যে আজি পুৱা ৰঙাপৰাৰ উৰণীয়া সেতুৰ ওপৰত সেনাৰ বাহন আৰু সামগ্ৰী কঢ়িয়াই অনা এখন বাহনৰ মাজত দুৰ্ঘটনা সংঘটিত হয় । উক্ত দুৰ্ঘটনাৰ ফলত বহু সময় পথত বন্ধ হৈ পৰিছিল যাতায়ত ব্যৱস্থা।দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত সেনা বাহনৰ চালকক চিকিৎসালয়লৈ প্ৰেৰণ । ইপিনে দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে সামগ্ৰী কঢ়িয়াই অনা ট্ৰাক খনৰ চালকৰ ঘটনাস্থলীৰ পৰা পলায়ন।