Download Now Banner

This browser does not support the video element.

উত্তৰ গুৱাহাটী ভাগ: কাইলৈ ৰাজ্যত অনুষ্ঠিত হ'ব ২য় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচন,আমিনগাঁওস্থিত কামৰূপ জিলা আয়ুক্ত কাৰ্যালয়ত বিশেষ তৎপৰতা

North Guwahati Part, Kamrup | May 6, 2025
কাইলৈ ৰাজ্যত অনুষ্ঠিত হ'ব দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ ভোটগ্ৰহণ। মঙলবাৰে সন্ধিয়া আমিনগাঁওস্থিত কামৰূপ জিলা আয়ুক্ত কাৰ্যালয়ত বিশেষ তৎপৰতা। সুকলমে নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ সাজু হৈছে কামৰূপ জিলা প্ৰশাসন। কামৰূপ জিলাত নিৰ্বাচন অনুষ্ঠিত হবলগীয়া জিলা পৰিষদ সমষ্টি ১৪ টাৰ বিপৰীতে প্ৰাৰ্থী হৈছে ৩৬ গৰাকী।
Read More News
T & CPrivacy PolicyContact Us