Download Now Banner

This browser does not support the video element.

বিশ্বনাথ: আমবাৰীত শ্ৰী শ্ৰী গণেশ পুজাৰ বিসৰ্জন, গণেশ প্ৰতিমা লৈ শ-শ ভক্তৰ নগৰ ভ্ৰমণ

Biswanath, Biswanath | Aug 30, 2025
বিশ্বনাথ চাৰিআলিৰ আমবাৰীত সাৰ্বজনীন শ্ৰী শ্ৰী গণেশ পুজা সমিতিৰ উদ্যোগত বিশ্বনাথ বাসী ৰাইজৰ সহযোগত তিনি দিনীয়া কাৰ্যসূচীৰে উলহ-মালহৰে শ্ৰী শ্ৰী গণেশ চতুৰ্থী পুজা উদযাপন কৰে। আজি অন্তিমটো দিনত ভক্তসকলে বিসৰ্জনত অংশগ্ৰহণ কৰি হোম যঙ্গ পুজা অৰ্চনা কৰে। তাৰ পিচতে বিয়লি মঙ্গল আৰতি কৰি ভগৱান গণেশৰ প্ৰতিমা মণ্ডপৰ পৰা উলিয়াই শ-শ ভক্ত সকলে গীত নৃ কৰি বিশ্বনাথ নগৰখন চাৰিও দিশে ভ্ৰমন কৰি পুনে পুনে বিশ্বনাথ ঘাটৰ ব্ৰহ্মপুত্ৰ নদীত উতোৱাই দিবলৈ লৈ যোৱা হয় ।
Read More News
T & CPrivacy PolicyContact Us