This browser does not support the video element.
নাৰায়ণপুৰ: ট্ৰামজুলীৰ গোশালাত সীমান্ত আৰক্ষী চকীৰ আধাৰশিলা স্থাপন বিধায়ক অমিয় কুমাৰ ভূঞাৰ
Narayanpur, Lakhimpur | Sep 1, 2025
লখিমপুৰ জিলাৰ গৰুবন্ধা দোৰপাং গাওঁ পঞ্চায়তৰ অন্তৰ্গত অসম অৰুণাচল সীমান্তৰ ট্ৰামজুলীৰ গোশালাত সোমবাৰে সীমান্ত আৰক্ষী চকীৰ আধাৰশিলা স্থাপন কৰে বিধায়ক ডঃ অমিয় কুমাৰ ভূঞাই। ২ কোটি ৯০ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'ব সীমান্ত আৰক্ষী চকী আধাৰশিলা অনুষ্ঠানত বিধায়ক গৰাকীৰ সৈতে কেইবাগৰাকী গণ্যমাণ্য ব্যক্তিৰ লগতে বিজেপিৰ দলীয় কাৰ্য্যকৰ্তা সকল উপস্থিত থাকে বুলি জানিব পৰা গৈছে ।