Download Now Banner

This browser does not support the video element.

বিশ্বনাথ: জিলা বিজেপিৰ কাৰ্যালয়ত বিশেষ সাংগঠনিক সভা সম্পন্ন, বিধায়ক প্ৰমোদ বৰঠাকুৰৰ অংশগ্ৰহণ

Biswanath, Biswanath | Sep 2, 2025
বিশ্বনাথ জিলা ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্য্যালয়ত জিলা সভাপতি অসীম কুমাৰ দাসৰ সভাপতিত্বত এখন বিশেষ সাংগঠনিক সভা অনুষ্ঠিত হয়। এই সভাতে আনুষ্ঠানিক ভাৱে দ্বায়িত্বভাৰ গ্ৰহণ কৰে নৱ নিযুক্ত বিশ্বনাথ জিলা ভাজপাৰ প্ৰভাৰী ৰিতুবৰণ শৰ্মাই সাংগঠনিক দিশত কাৰ্যকৰ্তা সকলৰ লগত আলোচনা কৰা হয়। এই বিশেষ সাংগঠনিক সভাত বিশ্বনাথ সমষ্টিৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ , জিলাৰ বিষয়ববীয়া তথা সদস্য সকল উপস্থিত থাকে।
Read More News
T & CPrivacy PolicyContact Us