This browser does not support the video element.
গোলাঘাট: প্ৰয়োজন হলে তেজেৰে গা ধুম কিন্তু নগাক মাটি এৰি নিদিও, ৰজাপুখুৰীত নগা আগ্ৰাসনৰ বিৰুদ্ধে সীমান্তবাসীৰ ৰাজহুৱা সভা
Golaghat, Golaghat | Aug 31, 2025
প্ৰয়োজন হলে তেজেৰে গা ধুম কিন্তু নগাক মাটি এৰি নিদিও। দেওবাৰে বিয়লি প্ৰায় ৪.৩০ মান বজাত উৰিয়ামঘাট সীমান্তৰ ৰজাপুখুৰীত নগা আগ্ৰাসনৰ বিৰুদ্ধে সীমান্তবাসীৰ ৰাজহুৱা সভা। নগাৰ আগ্ৰাসনত নিৰাপত্তাহীনতাত ভোগা সীমান্তবাসীয়ে কামাণ্ডো নিয়োগৰ কৰাৰ দাবী জনায়। নহলে নগাৰ উপদ্ৰৱত সীমান্তবাসী থাকিব নোৱাৰে বুলি জানিবলৈ দিয়ে। ইফালে প্ৰয়োজন হলে তেজেৰে গা ধুম কিন্তু নগাক মাটি এৰি নিদিও বুলি হুংকাৰ দিয়ে ৰাজহুৱা সভাত সীমান্তবাসী অসমীয়াই।