Download Now Banner

This browser does not support the video element.

উত্তৰ লক্ষীমপুৰ: নগৰৰ সাহিত্য সভা ভৱনত অসম উত্তৰ লখিমপুৰ জাতীয়তাবাদী যুৱ পৰিষদ আঞ্চলিক সমিতিৰ অষ্টম দ্বি বাৰ্ষিক অধিবেশন,প্ৰতিনিধি সভা

North Lakhimpur, Lakhimpur | Sep 8, 2025
অসম জাতীয়তাবাদী যুৱ পৰিষদ উত্তৰ লখিমপুৰ আঞ্চলিক সমিতিৰ অষ্টম দ্বি বাৰ্ষিক অধিবেশন আৰু প্ৰতিনিধি সভা সোমবাৰে অনুষ্ঠিত হয় উত্তৰ লখিমপুৰ নগৰৰ উত্তৰ লখিমপুৰ সাহিত্য সভা ভৱনত।এই অষ্টম বাৰ্ষিক দ্বি বাৰ্ষিক অধিবেশন আৰু প্ৰতিনিধি সভাত অসম জাতীয়তাবাদী যুৱ পৰিষদৰ জিলা আৰু কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া সকলৰ উপস্থিতিত শ্ৰী ৰিংকু শইকীয়া সভাপতি আৰু শ্ৰী পংকজ হাজৰিকা সাধাৰণ সম্পাদক হিচাপে নিবাচিৰ্ত কৰি ২১ জনীয়া অসম জাতীয়তাবাদী যুৱ পৰিষদ উত্তৰ লখিমপুৰ আঞ্চলিক সমিতি গঠন হয় ।
Read More News
T & CPrivacy PolicyContact Us