Download Now Banner

This browser does not support the video element.

টিহু ভাগ: নলবাৰীৰ টিহুত মৰমৰ শিল্পী লুইতকণ্ঠ জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি

Tihu Part, Nalbari | Sep 23, 2025
নলবাৰীৰ টিহুবাসী ৰাইজে আজি টিহু নগৰৰ বি.ও.চি ৰ সন্মুখত একত্ৰিত হৈ মৰমৰ সংগীত শিল্পী লুইতকণ্ঠ জুবিন গাৰ্গলৈ শেষ শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিবলৈ এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰে। টিহু আছুকে ধৰি অঞ্চলটোৰ মুঠ ২৩ টা সংগঠন অনুষ্ঠান-প্ৰতিষ্ঠানৰ উদ্যোগত গণশিল্পী গৰাকীক শ্ৰদ্ধাঞ্জলি জনাই ।
Read More News
T & CPrivacy PolicyContact Us