Download Now Banner

This browser does not support the video element.

উত্তৰ লক্ষীমপুৰ: চাবতিৰ লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত ১০৮ মৃত্যুঞ্জয় সেৱা কৰ্মচাৰীৰ সজাগতা

North Lakhimpur, Lakhimpur | Sep 10, 2025
লখিমপুৰ জিলাত ২৭ খন ১০৮ মৃত্যুঞ্জয় বাহনে ২৪ ঘন্টাই নিয়াৰিকৈ চলাই গৈছে জনসাধাৰণৰ সেৱা।ইতিমধ্যে জিলাখনত ১০৮ য়ে বহু ৰোগীক মৃত্যু মুখৰ পৰা ৰক্ষা কৰিবলৈ সক্ষম হয়।বুধবাৰে লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত ১০৮ মৃত্যুঞ্জয় সেৱাৰ কৰ্মচাৰী সকলে এক সজাগতা কাৰ্য্যসূচী হাতত লৈ জনসাধাৰণক তথাবাসীৰ মাজত সচেতনতা বৃদ্ধি কৰে।লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত বৰ্তমান ৪ খন আৰু জিলাখনত সৰ্বমুঠ ২৭ খন ১০৮ বাহনে সেৱা আগবঢ়াই আহিছে।
Read More News
T & CPrivacy PolicyContact Us