Download Now Banner

This browser does not support the video element.

বিহপুৰীয়া: লালুকৰ আজাদ তিনিআলিত ১৫ কেজি গাঞ্জা সহ তিনজনক আটক লালুক আৰক্ষীৰ

Bihpuria, Lakhimpur | Sep 11, 2025
লালুক আৰক্ষীৰ বৃহৎ সাফল্য।লালুক থানাৰ অন্তৰ্গত আজাত তিনিআলিত বৃহস্পতিবাৰে লালুক আৰক্ষীৰ গোপন অভিযানত ১৫ কেজি গাঞ্জা সহ তিনিজনক আটক কৰিবলৈ সক্ষম হয় । ১৫ কিলো গাঞ্জাসহ আটক কৰা তিনি সৰবৰাহকাৰী ক্ৰমে প্ৰসেনজিৎ দেউৰী(৩০) কিনাপথাৰ,নাৰায়ণপুৰ মইনা দেউৰী(২৫),জ্যোতি দেউৰী(২৯) বাহগড়াৰ বুলি জানিব পৰা গৈছে‌। নাৰায়ণপুৰৰ পৰা লালুক অভিমুখে সন্দেহযুক্ত গাঞ্জা কঢ়িয়াই লৈ গৈ আছিল AS 07 ER 6111 নম্বৰৰ এখন ই-ৰিক্সাই।
Read More News
T & CPrivacy PolicyContact Us