This browser does not support the video element.
ওদালগুৰি: ওদালগুৰিৰ ভেৰগাঁও পৰিষদীয় সমষ্টিত ইউপিপিএলৰ বৃহৎ সংকল্প সভাত বিটিআৰৰ প্ৰধান প্ৰমোদ বড়ো
Udalguri, Udalguri | Sep 10, 2025
•ভেৰগাঁও জিলা ইউপিপিএলৰ উদ্যোগত ৫ টা পৰিষদীয় সমষ্টিৰ নিৰ্বাচনী প্ৰচাৰৰ সভাত উপস্থিত থাকে ইউপিপিএলৰ সভাপতি প্ৰমোদ বড়ো। নিৰ্বাচনী অধিসূচনা জাৰি হোৱাৰ পিছতেই ওদালগুৰিৰ ৰাজাগড় অঞ্চলত উচ্ছেদৰ জাননী জাৰি হৈছে, ইয়াত আমি জড়িত নাই, এয়া ৰাজনৈতিক ষড়যন্ত্ৰ। আমি মাটিৰ অধিকাৰহে দিবলৈ যত্ন কৰিছোঁ - প্ৰমোদ বড়ো। ইতিমধ্যে আমি অনচাই বিথাংখি আচনিৰ দ্বাৰা ৫০ হাজাৰ পৰিয়ালক উপকৃত কৰিছোঁ আকৌ সুযোগ পালে ১ লাখ পৰিয়ালক সামৰি লম.৷