Download Now Banner

This browser does not support the video element.

উত্তৰ লক্ষীমপুৰ: নগৰত ক্রীড়াবিদ অর্জুন বঁটা বিজয়ী ভোগেশ্বৰ বৰুৱাৰ জন্ম দিৱস উপলক্ষে সামূহিক দৌৰ কাৰ্য্যসূচী আঞ্চলিক ছাত্র সন্থাৰ

North Lakhimpur, Lakhimpur | Sep 3, 2025
অসমৰ স্বনামধন্য ক্রীড়াবিদ অর্জুন বঁটা বিজয়ী শ্ৰদ্ধাৰ ভোগেশ্বৰ বৰুৱা দেৱৰ জন্ম দিৱস উপলক্ষে বুধবাৰে উত্তৰ লখিমপুৰ নগৰত সামূহিক দৌৰ কাৰ্য্যসূচী ৰূপায়ণ হয় । উত্তৰ লক্ষীমপুৰ আঞ্চলিক ছাত্র সন্থা উদ্যোগত অসমৰ স্বনামধন্য ক্রীড়াবিদ অর্জুন বঁটা বিজয়ী শ্ৰদ্ধাৰ ভোগেশ্বৰ বৰুৱা দেৱৰ জন্ম দিৱস উপলক্ষে অনুষ্ঠিত হয় এই সামূহিক দৌৰ কাৰ্য্যসূচী ।
Read More News
T & CPrivacy PolicyContact Us