Download Now Banner

This browser does not support the video element.

ঢেকিয়াজুলি ভাগ: শান্তিপুৰ গাঁৱত পণ্ডিত দীনদয়াল উপাধ্যায় দেৱৰ পৱিত্ৰ জন্ম জয়ন্তী উদ্‌যাপন কৰা হয়, উক্ত অনুষ্ঠানত উপস্থিত থাকে বিধায়ক

Dhekiajuli Part, Sonitpur | Sep 25, 2025
শান্তিপুৰ গাঁৱত পণ্ডিত দীনদয়াল উপাধ্যায় দেৱৰ পৱিত্ৰ জন্ম জয়ন্তী উদ্‌যাপন কৰা হয় ৷ আজিৰ উক্ত জন্মজয়ন্তীৰ অনুষ্ঠানত উপস্থিত থাকে বৰছলা বিধানসভা সমষ্টিৰ বিধায়ক গনেশ কুমাৰ লিম্বু ৷ শোণিতপুৰ জিলাৰ অন্তৰ্গত শান্তিপুৰ গাঁৱৰ মাংহিম মন্দিৰৰ প্ৰাংগণত স্থানীয় ৰাইজৰ উপস্থিতিত আজি অনুষ্ঠিত হয় উক্ত অনুষ্ঠান ৷ আজিৰ এই পৱিত্ৰ দিনত পণ্ডিত দীনদয়াল উপাধ্যায় দেৱৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে বিধায়ক গনেশ কুমাৰ লিম্বুৱে ৷
Read More News
T & CPrivacy PolicyContact Us