Download Now Banner

This browser does not support the video element.

সোণাৰি: ১নং নাহৰহাবি আদৰ্শ অংগনৱাড়ী কেন্দ্ৰত জিলা সমাজ কল্যান বিষয়া উপস্থিতিত মহিলা আৰু শিশু বিকাশক লৈ গুৰুত্বপূৰ্ণ সভা

Sonari, Charaideo | Sep 6, 2025
চৰাইদেউ জিলা মহিলা আৰু শিশু বিকাশ বিভাগৰ অধীনস্থ সংকল্প মহিলা সৱলিকৰণ কেন্দ্ৰৰ উদ্যোগত যোৱা ০২ ছেপ্টেম্বৰৰ পৰা অহা ১২ ছেপ্টেম্বৰলৈকে অনুষ্ঠিত হ'বলগীয়া বিশেষ সজাগতা অভিযানৰ অংশ স্বৰূপে ১ নং নাহৰহাবি আদৰ্শ অংগনৱাড়ী কেন্দ্ৰত মহিলা কেন্দ্ৰিক আঁচনিসমুহৰ বিষয়ে এখন বিশেষ সজাগতা সভা অনুষ্ঠিত কৰা হয়। সজাগতা সভাত উপস্থিত থাকি জিলা সমাজ কল্যান বিষয়া জ্যোৎস্না বিশ্বাসে মহিলা কেন্দ্ৰিক আঁচনিসমূহৰ লাভালাভ সম্পৰ্কে বিতং ব্যাখ্যা আগবঢ়ায়। ইয়াৰ পাছতে জিলা কাৰ্য্ক্ৰম সমন্বয়ক
Read More News
T & CPrivacy PolicyContact Us