Download Now Banner

This browser does not support the video element.

বোকাখাত: মুখ্যমন্ত্ৰীৰ গোলাঘাট ভ্ৰমণৰ দিনটোতে বোকাখাতৰ শ্বহীদ কমলামিৰি অসামৰিক চিকিৎসালয়ত প্ৰতিবাদ অস্থায়ী স্বাস্থ্য কৰ্মচাৰীৰ

Bokakhat, Golaghat | Sep 10, 2025
মুখ্যমন্ত্ৰীৰ গোলাঘাট ভ্ৰমণৰ দিনটোতে বোকাখাতৰ শ্বহীদ কমলামিৰি অসামৰিক চিকিৎসালয়ত বুধবাৰে দিনৰ প্ৰায় ৩ বজাত প্ৰতিবাদ অস্থায়ী স্বাস্থ্য কৰ্মচাৰীৰ। চিকিৎসালয়খনৰ অস্থায়ী কৰ্মচাৰীয়ে সাব্যস্ত কৰে এই প্ৰতিবাদ। কʼলা বেজ পৰিধান কৰি অস্থায়ী কৰ্মচাৰীসকলে চাকৰি নিয়মীয়া কৰণৰদাবীত সাব্যস্ত কৰে এই প্ৰতিবাদ। চাকৰি নিয়মীয়াকৰণ নকৰিলে কৰ্মবিৰতি পালনৰ হুংকাৰ চৰকাৰী চিকিৎসালয়ৰ অস্থায়ী স্বাস্থ্য কৰ্মচাৰীসকলৰ। যদিহে শীঘ্ৰে চৰকাৰে স্থায়ীকৰণ নকৰে ভয়ানক প্ৰতিবাদ সাব্যস্ত কৰাৰ সকীয়নি।
Read More News
T & CPrivacy PolicyContact Us