Download Now Banner

This browser does not support the video element.

ৰঙিয়া ভাগ: ৰঙিয়াত চাঞ্চল্যকৰ ঘটনা, চিলনী চোৰে লুটিলে এজন অন্ধ মগনীয়াৰ ধন, পকেট ফালি লুটি লৈ গ'ল ধন,আৰক্ষীৰ কাষ চাপিছে ভুক্তভোগী

Rangia Part, Kamrup | Sep 9, 2025
মঙলবাৰে ৰঙিয়াত চাঞ্চল্যকৰ ঘটনা। চিলনী চোৰে লুটিলে এজন অন্ধ মগনীয়াৰ ধন। পকেট ফালি লুটি লৈ গ'ল ধন। ৰঙিয়া ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সমীপৰ এটি গলিত এজন চিলনী চোৰে লুটপাত চলালে ৰঙিয়াৰ সমীপৰ বিহাপাৰাৰ অন্ধ ভিক্ষাৰী ফজুল হকক। অন্ধ ভিক্ষাৰীজনৰ কাপোৰ ফালি লগত থকা প্ৰায় ৫০০ টকা লৈ উধাও হয় চোৰ।
Read More News
T & CPrivacy PolicyContact Us