Download Now Banner

This browser does not support the video element.

বিহপুৰীয়া: লালুকত জিলা কবি সন্মিলনৰ উদ্যোগত আৰু লালুক শাখা কবি সন্মিলনৰ সহযোগত অসমৰ হিয়াঁৰ আমঠু প্ৰয়াত জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি

Bihpuria, Lakhimpur | Sep 24, 2025
শোক স্তব্ধ ৰাজ্যবাসী।ছিংগাপুৰত শেষ নিশ্বাস ত্যাগ কৰে হাৰ্টথ্ৰব জুবিন গাৰ্গে।হাৰ্টথ্ৰব জুবিন গাৰ্গৰ মৃত্যুত ৰাজ্যত বৈছে শোকৰ বন্যা।ৰাজ্যৰ প্ৰান্তে প্ৰান্তে শিল্পী গৰাকীলৈ শ্ৰদ্ধাঞ্জলি জনোৱাৰ সমান্তৰালভাৱে লখিমপুৰ জিলা কবি সন্মিলনৰ উদ্যোগত আৰু লালুক শাখা কবি সন্মিলনৰ সহযোগত বুধবাৰে অসমৰ হিয়াঁৰ আমঠু প্ৰয়াত জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হয় লালুক চৰকাৰী বঙলাৰ প্ৰাঙ্গনত ।
Read More News
T & CPrivacy PolicyContact Us