Download Now Banner

This browser does not support the video element.

জলহ ভাগ: ২০ নং মথনগুৰী পৰিষদীয় সমষ্টিৰ জাখলিৰ পাৰ পূৱ চোপাত বিপিএফৰ সভা অনুষ্ঠিত

Jalah Part, Baksa | Sep 10, 2025
২০ নং মথনগুৰী পৰিষদীয় সমষ্টিৰ জাখলিৰ পাৰ পূৱ চোপাত বিপিএফৰ সভা অনুষ্ঠিত । আজি উত্তৰ হাউলী প্ৰাইমাৰীৰ অন্তৰ্গত জাখলিৰ পাৰ পূৱ চোপাত বিপিএফৰ সভাত অংশ গ্ৰহণ কৰে ২০ নং মথনগুৰী পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থী বেগম আখতাৰা আহমেদ বিপিএফৰ মথনগুৰী মণ্ডলৰ বিভিন্ন প্ৰৰ্যায়ৰ বিষয়ববীয়া সকলে আৰু জাখলিৰ পাৰ পূৱ চোপাৰ ৰাইজ সকলে ।
Read More News
T & CPrivacy PolicyContact Us