Install App
ziaulali
This browser does not support the video element.
উত্তৰ লক্ষীমপুৰ: সামাজিক মাধ্যমত একাংশই ফটো আৰু ফোন নম্বৰ ভাইৰেল কৰাকলৈ মানসিক ভাৱে ভাঙি পৰিছে লখিমপুৰৰ এগৰাকী ১৬ বছৰীয়া কিশোৰী
North Lakhimpur, Lakhimpur | Sep 23, 2025
হাৰ্টথ্ৰব জুবিন গাৰ্গকলৈ ভূলবসত what's app status ত লিখিছিল বিৰূপ মন্তব্য এগৰাকী ১৬ বছৰীয়া কিশোৰীয়ে।১ মিনিটৰ ভিতৰত উক্ত status ডিলিডো কৰিছিল কিশোৰী গৰাকীয়ে।পৰবৰ্তী সময়ত একাংশই উক্ত status ৰ screenshot মাৰি সামাজিক মাধ্যমত ভাইৰেল কৰাৰ সমান্তৰালভাৱে ১৬ বছৰীয়া কিশোৰী গৰাকীৰ ফটো আৰু ফোন নম্বৰ সামাজিক মাধ্যমত ভাইৰেল কৰে আৰু একাংশই কিশোৰী গৰাকীক ফোন কৰি ভাবুকি প্ৰদান কৰাত মানসিক ভাৱে ভাঙি পৰিছে কিশোৰী গৰাকী আৰু পৰিয়াল।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!