Install App
kanakboro82
This browser does not support the video element.
কোকৰাঝাৰ ভাগ: ইউ.পি.পি.এলৰ জিলা কাৰ্যালয়ত বিপিএফৰ কেন্দ্ৰীয় নেতা আনানিয়াল হাছদাই ইউ.পি.পি.এল দলত আনুষ্ঠানিক ভাৱে যোগদান কৰে
Kokrajhar Part, Kokrajhar | Aug 27, 2025
বিপিএফ ৰ কেন্দ্ৰীয় নেতা আনানিয়াল হাছদাই বুধবাৰে ইউ পি পি এল দলত অনুষ্ঠানিক ভাৱে যোগদান কৰে। দিনৰ ১ বজাত কোকৰাঝাৰ চহৰৰ জিলা ইউ পি পি এল দলৰ কাৰ্য্যালয়ত বিধায়ক লোৰেঞ্চ ইছলাৰী আৰু জিলা ইউ পি পি এল দলৰ নেতৃবৃন্দৰ উপস্থিত অনুষ্ঠানিক ভাৱে দলত যোগদান কৰে। বিধায়ক লৰেঞ্চ ইছলাৰী আৰু অন্য নেতা সকলে ইউ পি পি এল দলত উষ্ম আদৰণী জনাই ।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!