Install App
shivbhakti
This browser does not support the video element.
উত্তৰ গুৱাহাটী ভাগ: বিদেশী নাগৰিকক ভাৰতীয় নাগৰিকত্বৰ সময়সীমা বৃদ্ধিক লৈ বাইহাটাত কামৰূপ জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ পুত্তলিকা দাহন
North Guwahati Part, Kamrup | Sep 4, 2025
কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে বিদেশী নাগৰিকক ভাৰতীয় নাগৰিকত্ব দিয়াৰ বাবে নিৰ্দিষ্ট কৰা সময়সীমা ২০২৪ লৈকে বৃদ্ধি কৰি জাৰি কৰা অধিশোচনাৰ বিৰুদ্ধে বৃহস্পতিবাৰে বাইহাটাত কামৰূপ জিলা কৃষক মুক্তি সংগ্ৰাম সমিতি প্ৰতিবাদ সাব্যস্ত কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত চাহ আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পুত্তলিকা দাহন কাৰ্য্যসুচী ৰূপায়ন কৰে।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!