Download Now Banner

This browser does not support the video element.

চাবুৱা: চাবুৱা ৰহমৰীয়া চাপৰি গাঁওত চুৰৰ আতংকৰ, গভাইত চুৰে দোকানৰ চাটাৰ ভাঙি চুৰি কৰা দৃশ্য  বন্দী হ'ল চিচি  টিভি কেমেৰাত

Chabua, Dibrugarh | Sep 13, 2025
চাবুৱাত নিশা চুৰৰ ত্ৰাস । গভাইত চুৰে দোকানৰ চাটাৰ ভাঙি চুৰি কৰা দৃশ্য চিচি  টিভি কেমেৰাত বন্দী। এই ঘটনা ৰহমৰীয়া চাপৰি গাঁওত সংঘটিত হয় । ইতিমধ্যে ভুক্আতভোগীয়ে ৰক্ষীক দাখিল কৰিছে এজাৰৰ
Read More News
T & CPrivacy PolicyContact Us