Install App
shivbhakti
This browser does not support the video element.
গুৱাহাটী: গুৱাহাটীৰ লখিমী নগৰৰ শুভম এনক্লেভত অতিৰিক্ত কৰ আয়ুক্ত চাকিল ছাদুল্লাহৰ বাসগৃহত তদাৰকী কোষৰ অভিযান
Guwahati, Kamrup Metropolitan | Aug 27, 2025
বুধবাৰে গুৱাহাটীৰ লাখিমীনগৰৰ শুভম এনক্লেভত অতিৰিক্ত কৰ আয়ুক্ত চাকিল ছাদুল্লাহৰ বাসগৃহত তদাৰকী কোষৰ অভিযান। আয় বৰ্হিভূত সম্পত্তিৰ গোচৰত অভিযান CMVৰ। সমান্তৰালকৈ বিনায়ক পথৰ হাউচ নম্বৰ ২১টো আন এটা দলে চলাইছে অভিযান।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!