Download Now Banner

This browser does not support the video element.

বিশ্বনাথ: বিহমাৰী বন গাওঁ খেল পথাৰত সদৌ অসম ভিত্তিত ফুটবল প্ৰতিযোগিতাৰ চূড়ান্ত খেলখন সম্পন্ন

Biswanath, Biswanath | Aug 30, 2025
বিহালী বিহমাৰীত স্বাধীনতা দিৱসৰ উপলক্ষে ফুটবল প্ৰতিযোগিতাৰ আজি চূড়ান্ত খেলখন লক্ষীমপুৰ নিউ মদেল এফ চিৰ খিতাপ দখল। সদৌ বিহমাৰী ক্ৰীড়া সন্থাৰ সৌজন্যত স্বাধীনতা দিৱসৰ উপলক্ষে প্ৰাইজমাণী ফুটবল প্ৰতিযোগিতাখন বিহমাৰী বন গাওঁ খেল পথাৰত অনুষ্ঠিত হৈছিল। সপ্তাহ জোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা ফুটবল প্ৰতিযোগিতা আজি চূড়ান্ত খেলখন লক্ষীমপুৰ নিউ মদেল এফ চি আৰু বিহমাৰী জাৰণিৰ মাজত অনুষ্ঠিত হয়।
Read More News
T & CPrivacy PolicyContact Us