Download Now Banner

This browser does not support the video element.

ওদালগুৰি: মাজবাটৰ বগুলামাৰীত ৩লাখ টকীয়া ৰংগমঞ্চৰ আধাৰশিলা কৰে এমচিএলএ দিপক মৌৰে

Udalguri, Udalguri | Aug 24, 2025
ওদালগুৰি জিলাৰ ৪৭নং মাজবাট বিধান সভা সমষ্টি তথা বিটিআৰৰ পাঁচনৈ চেৰফাং সমষ্টিৰ অধীনস্থ বগুলামাৰীত পাঁচনৈ চেৰফাং সমষ্টিৰ এম চিএল দিপক মৌৰে ৩লাখ টকীয়া ৰংগমঞ্চ এটিৰ আধাৰশিলা স্থাপন কৰে। এই অনুষ্ঠানত পাঁচনৈ চেৰফাং মণ্ডলৰ সভাপতি জীবন ডেকা,বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য জিতু কিষান,পাঁচনৈ চেৰফাং যুব মৰ্চাৰ সভাপতি শ্যাম মুন পানিকা,পাঁচনৈ মণ্ডলৰ কোষাধ্যক্ষ মহেশ্বৰ দাস আদি সকলে অংশগ্ৰহণ কৰি অনুষ্ঠানটো সাফল্যমণ্ডিত কৰি তোলে।
Read More News
T & CPrivacy PolicyContact Us