Download Now Banner

This browser does not support the video element.

গুৱাহাটী: সোণাপুৰৰ বালিগেটত ভয়ংকৰ পথ দুৰ্ঘটনা,থিতাতে নিহত এজন,আহত আন চাৰিজন,ট্ৰাকৰ পিছপিনে খুন্দা মাৰে বলেৰো বাহনে

Guwahati, Kamrup Metropolitan | Sep 30, 2025
মঙলবাৰে সোণাপুৰৰ বালিগেটত ভয়ংকৰ পথ দুৰ্ঘটনা।থিতাতে নিহত এজন, আহত আন চাৰিজন।ট্ৰাকৰ পিছপিনে খুন্দা মাৰে বলেৰো বাহনে। বলেৰ’খনৰ সন্মুখৰ আসনত থকা মাংগালদে কামানৰ মৃত্যু।আহত পৃথ্বীৰাজ ছেত্ৰী, শৰ্মা পাছং, চাকলাই পাছং আৰু জলুৱা কামান। গোলাঘাটৰ পৰা গুৱাহাটী অভিমুখী আছিল বলেৰ’ বাহনখন।
Read More News
T & CPrivacy PolicyContact Us