Download Now Banner

This browser does not support the video element.

জলহ ভাগ: মথনগুৰী পৰিষদীয় সমষ্টি এইবাৰ কংগ্ৰেছে দখল কৰা লক্ষ্য

Jalah Part, Baksa | Aug 30, 2025
মথনগুৰী পৰিষদীয় সমষ্টি এইবাৰ কংগ্ৰেছে দখল কৰা লক্ষ্য । আজি জাখলিপাৰত কংগ্ৰেছৰ যুৱনেতা ছফিউৰ ৰহমানে কয় যে মথনগুৰী পৰিষদীয় সমষ্টিৰ ৰাইজে কংগ্ৰেছক আকোৱালি লৈছে আমি নিশ্চিত ভাৱে মথনগুৰী পৰিষদীয় সমষ্টি নিজৰ দখলত লব পাৰিম।
Read More News
T & CPrivacy PolicyContact Us