Download Now Banner

This browser does not support the video element.

সৰুপথাৰ: ১ নং টেঙানীৰ বাসিন্দা প্ৰবীণ শৰ্মা নামৰ এগৰাকী ব্যক্তি সন্ধানহীন, বৰপথাৰ থানাৰ আৰক্ষীৰ কাষ চাপিছে লোকজনৰ পৰিয়াল

Sarupathar, Golaghat | Aug 30, 2025
১ নং টেঙানীৰ বাসিন্দা প্ৰবীণ শৰ্মা নামৰ এগৰাকী ব্যক্তি সন্ধানহীন। শনিবাৰে বিয়লি প্ৰায় ৪.৩০ মান বজাত বৰপথাৰ থানাৰ আৰক্ষীৰ কাষ চাপিছে লোকজনৰ পৰিয়াল। পৰিয়ালৰলোকে জানিবলৈ দিয়া অনুসৰি বৃহস্পতিবাৰে দিনৰ প্ৰায় ১২:৩০ মান বজাত এখন চাইকেল লৈ ঘৰৰ পৰা ওলাই যোৱাৰ পিছৰে পৰা এতিয়ালৈ সন্ধান নাই ব্যক্তিজনৰ। ইয়াকে লৈ চিন্তিত হৈ পৰিছে ব্যক্তিজনৰ পৰিয়ালৰ লোক। সম্প্ৰতি ৪৮ ঘণ্টাতকৈ অধিক সময় পাৰ হৈ যোৱাৰ পিছতো উভতি নহাত পৰিয়ালৰলোকে আজি নিৰুদ্দেশনামা দাখিল কৰি সহায়ৰ বাবে আৰক্ষীৰ কাষ চাপে।
Read More News
T & CPrivacy PolicyContact Us