Download Now Banner

This browser does not support the video element.

ঢেকিয়াজুলি ভাগ: জুবিন গাৰ্গৰ আত্মাৰ সদগতি কামনা কৰি বিশ্ব হিন্দু পৰিষদ,বজৰং দলৰ উদ্যোগত ঢেকীয়াজুলিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান

Dhekiajuli Part, Sonitpur | Sep 24, 2025
জুবিন গাৰ্গৰ আত্মাৰ সদগতি কামনা কৰি বুধবাৰে সন্ধিয়া ৬ বাজি ৩০ মিনিটত বিশ্ব হিন্দু পৰিষদ,বজৰং দলৰ উদ্যোগত ঢেকীয়াজুলিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰে ৷ উল্লেখ্য যে সকলোৰে প্ৰিয় শিল্পী জুবিন গাৰ্গৰ মৃত্যুত এতিয়া সৰ্বত্ৰে গভীৰ শোকৰ ছাঁ পৰিছে ৷ অনুৰাগি সকলে প্ৰিয় শিল্পী গৰাকীক জনাইছে গভীৰ শ্ৰদ্ধাঞ্জলি ৷ সমান্তৰালভাৱে প্ৰয়াত জুবিন গাৰ্গৰ আত্মাৰ সদ্‌গতি কামনা কৰি বিশ্ব হিন্দু পৰিষদ,বজৰং দলৰ উদ্যোগত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰে ৷
Read More News
T & CPrivacy PolicyContact Us