Download Now Banner

This browser does not support the video element.

ধেমাজি: মহা পুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ গুৰু জনা ৫৭৭ সংখ্যক জন্ম জয়ন্তী উপলক্ষে ভাগৱত ভ্ৰমণ জোনাইত

Dhemaji, Dhemaji | Oct 2, 2025
মহা পুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ গুৰু জনা ৫৭৭ সংখ্যক জন্ম জয়ন্তী উপলক্ষে ভাগৱত ভ্ৰমণ জোনাইত বৃহস্পতি বাৰে দিনৰ ১১ বজাত জোনাই কেন্দ্ৰীয় সাৰ্বজনীন নামঘৰত মহা পুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ গুৰু জনা ৫৭৭ সংখ্যক জন্ম জয়ন্তী উপলক্ষে ভাগৱত ভ্ৰমণ অনুষ্ঠিত কৰা হয়। আজি উক্ত অনুষ্ঠানত নাম প্ৰসংগ ভাগত পাঠ হৰি নাম আদি বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত কৰা লগতে বিভিন্ন বিষয়ৰ ওপৰত
Read More News
T & CPrivacy PolicyContact Us