Download Now Banner

This browser does not support the video element.

গুৱাহাটী: লাখটকীয়াৰ ২নং ৰে'ল গেটৰ সন্মুখত অৰ্ধগলীত অবস্থাত উদ্ধাৰ মৃতদেহটো মৃতদেহটোৰ হাতত আঘাতৰ চিন স্পষ্ট

Guwahati, Kamrup Metropolitan | Sep 6, 2025
শনিবাৰে গুৱাহাটীত পুনৰ অচিনাক্ত মৃতদেহ উদ্ধাৰ। লাখটকীয়াৰ ২ নং ৰেল গেটৰ সন্মুখত অৰ্ধগলীত অবস্থাত উদ্ধাৰ মৃতদেহটো। মৃতদেহটোৰ হাতত আঘাতৰ চিন স্পষ্ট। স্থানীয় ৰাইজে ৰে'লৱে আৰক্ষীৰ লগতে পল্টন বজাৰ আৰক্ষীক অবগত কৰে।ঘটনাস্থলীত উপস্থিত হয় পল্টন বজাৰ আৰক্ষীৰ লগতে ৰে'লৱে আৰক্ষীৰ এটি দল।
Read More News
T & CPrivacy PolicyContact Us