This browser does not support the video element.
ডিফু: বিশ্ব বয়োজ্যেষ্ঠ নাগৰিক দিৱসৰ লগত সংগতি ৰাখি ডিফুত কাৰ্বি বয়োজ্যেষ্ঠ নাগৰিক দিৱস উদযাপন
Diphu, East Karbi Anglong | Aug 21, 2025
বিশ্ব বয়োজ্যেষ্ঠ নাগৰিক দিৱসৰ লগত সংগতি ৰাখি কাৰ্বি চাৰ আংহাং আমেইৰ উদ্যোগত ডিফুৰ লৰুলাংচ স্থিত ৰাংছিনা ছাৰপ'ৰ সভা কক্ষত কাৰ্বি বয়োজ্যেষ্ঠ নাগৰিক দিৱস দিনজোৰা কাৰ্যসূচীৰে বৃহস্পতিবাৰে বিয়লি তিনি বজাত সামৰণি পৰে ৷ উক্ত সভাত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ বয়োজ্যেষ্ঠ ইএম ক্ৰমে, মঙলছিং তিমুঙ আৰু সূৰ্য ৰমফাৰ উপস্থিত থাকে ৷ এই উপলক্ষে আয়োজিত সভাত কাৰ্বি আংলঙৰ বয়োজ্যেষ্ঠ নাগৰিক সকলৰ বিভিন্ন অভাৱ-অভিযোগ বোৰৰ ওপৰত বিস্তৃত ভাবে আলোচনা কৰা হয় বুলি জানিব পৰা গৈছে ৷