Install App
mobarak.officialpage
This browser does not support the video element.
বাক্সা: আজি বাহবাৰি লাচিত এমই স্কুল খেলপথাৰত শালবাৰী পৰিষদীয় সমষ্টিৰ নৱ-নিৰ্বাচিত MCLA দিগন্ত গয়াৰীত সভা অনুষ্ঠিত কৰে
Baska, Baksa | Sep 29, 2025
আজি বাহবাৰি লাচিত এমই স্কুল খেলপথাৰত শালবাৰী পৰিষদীয় সমষ্টিৰ নৱ-নিৰ্বাচিত MCLA দিগন্ত গয়াৰীত সভা অনুষ্ঠিত কৰে । এইবাৰ বিটিচি নিৰ্বাচনত শালবাৰী পৰিষদীয় সমষ্টিৰ পৰা বিপিএফৰ পৰা প্ৰতিদ্বন্দিতা আগবঢ়াইছিল আৰু জয়ী হয়। জয়ী হোৱাৰ পিছতে বাহবাৰি লাচিত এমই স্কুল খেলপথাৰত শালবাৰী পৰিষদীয় সমষ্টিৰ নৱ-নিৰ্বাচিত MCLA দিগন্ত গয়াৰীত সভা অনুষ্ঠিত কৰে ।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!