Install App
saidulislamkarbianglong
This browser does not support the video element.
ডিফু: ডিফুত কাকৰ শিক্ষা বিভাগৰ ইএম ৰিচাৰ্ড টকবীক সাক্ষাৎ কৰি নৱাগত আদৰণি সভালৈ নিমন্ত্ৰণ গ্ৰেটাৰ গুৱাহাটী কাৰ্বি ছাত্ৰ সন্থাৰ
Diphu, East Karbi Anglong | Sep 13, 2025
শণিবাৰে দিনৰ প্ৰায় ১ মান বজাত ডিফুত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ শিক্ষা বিভাগৰ ইএম ৰিচাৰ্ড টকবীক সাক্ষাৎ কৰি ২০২৫ বৰ্ষৰ বাবে গুৱাহাটীত অনুষ্ঠিত হব লগীয়া নৱাগত আদৰণি সভাত ইএম ৰিচাৰ্ড টকবীক মুখ্য অতিথি হিছাপে নিমন্ত্ৰণ জনায় ৷ জিজিকেএছএৰ সভাপতি, সম্পাদক ক্ৰমে মণিৰাম হাঞ্চে আৰু ৰুপমিৰলান ইংতিপীৰ নেতৃত্বত অহা দলটোৰ পৰা নিমন্ত্ৰণ গ্ৰহণ কৰি দলটোক ধন্যবাদ জনায় ইএম ৰিচাৰ্ড টকবীয়ে ৷
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!