Download Now Banner

This browser does not support the video element.

পলাশবাৰী: আন্তৰ্জাতিক শগুণ সজাগতা দিৱস উপলক্ষে অসম ফৰেষ্ট স্কুল জালুকবাৰী,বালিপৰা ফাউণ্ডেশ্যনৰ উদ্যোগত ৰাণীত ১০০ শিমলু পুলি ৰোপণ

Palasbari, Kamrup | Sep 6, 2025
শনিবাৰে আন্তৰ্জাতিক শগুণ সজাগতা দিৱসৰ লগত সংগতি ৰাখি ৰাণীৰ বিক্রমপুৰত শগুণৰ বাবে ওখ শিমলু গছপুলি ৰোপণ। অসম ফৰেষ্ট স্কুল জালুকবাৰী, বালিপৰা ফাউণ্ডেশ্যনৰ উদ্যোগত এই কাৰ্যসূচী। বিক্রমপুৰ-নালাপাৰা পথত শগুণ, হাৰগিলাৰ বাবে ১০০ডাল শিমলু গছ ৰোপণ। শ্ৰীমন্ত শংকৰদেৱ সংঘ উদ্যোগত বিক্রমপুৰত শিমলু-ভোমৰা গছপুলি বিতৰণ কৰা হয়।
Read More News
T & CPrivacy PolicyContact Us