Install App
gugamukhlive
This browser does not support the video element.
ধেমাজি: গোগামুখত ৰাইজৰ দলৰ সভাপতি অখিল গগৈ উপস্থিত হৈ ছয় জনগোষ্ঠীৰ জাতিকৰণ আৰু নদীবান্ধৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ
Dhemaji, Dhemaji | Sep 9, 2025
ৰাইজৰ দলৰ চৰকাৰ আহিলে বন্ধ হব গেৰুগামুখত নিৰ্মাণ কৰি থকা নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প, গোগামুখত মন্তব্য অখিল গগৈৰ। লগতে গোগামুখ ত বিধায়ক অখিল গগৈ উপস্থিত হৈ ছয় জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৰাইজৰ দলৰ সভাপতি গৰাকীয়ে।ইফালে কাইলৈ বহু চৰ্চিত ১০ চেপ্তেম্বৰ।কাইলৈ হয়তু গৌৰৱ গগৈ জেললৈ যাব,অন্যথা মুখ্যমন্ত্ৰীয়ে পদত্যাগ কৰিব বুলি মন্তব্য
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!