Install App
shivbhakti
This browser does not support the video element.
নগৰবেৰা: জামলাই বজাৰস্থিত চেন্ট্ৰেল বেঙ্ক অফ ইণ্ডিয়াৰ গ্ৰাহক সেৱা কেন্দ্ৰত ডকাইতি,পঞ্চাশ হাজাৰ টকা লুটি নিলে ডকাইতে
Nagarbera, Kamrup | Aug 28, 2025
বৃহস্পতিবাৰে নগৰবেৰাৰ জামলাইত চাঞ্চল্যকৰ বেঙ্ক ডকাইতি কাণ্ড। জামলাই বজাৰস্থিত চেন্ট্ৰেল বেঙ্ক অফ ইণ্ডিয়াৰ গ্ৰাহক সেৱা কেন্দ্ৰত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ডকাইতি কাণ্ড। প্ৰায় পঞ্চাশ হাজাৰ টকা লুটি নিলে ডকাইতে। দিনদুপৰতে বেঙ্কৰ লকাৰ ভাঙি ডকাইতে লুটি নিলে নগধ ধন ৷
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!