Download Now Banner

This browser does not support the video element.

ডিফু: মাঞ্জাত নৃশংস হত্যাকাণ্ড! দাৰে ঘপিয়াই হত্যা ৰ পাছত নদীত পেলালে  পঞ্চাৰোৰ্ধৰ থাড' সম্প্ৰদায়ৰ এজন  লোকক,  আটক ৫ জন

Diphu, East Karbi Anglong | Aug 31, 2025
কাৰ্বি আংলং জিলাৰ মাঞ্জাত এক নৃশংস হত্যাকাণ্ডই সমগ্ৰ মাঞ্জা অঞ্চলত তীব্ৰ চাঞ্চল্যই বিৰাজ কৰিছে ৷ দেওবাৰে পুৱা ১০মান বজাত হত্যাকাণ্ডত জড়িত লোকজনক বিচাৰি যমুনা নদীত এছডিআৰএফ বাহিনীয়ে চলাইছে অভিযান৷ প্ৰাপ্ত খবৰ অনুসৰু মাঞ্জা থানাৰ নিচেই কাষৰ কুকি কলনিত ভাড়াটীয়া হিছাপে থকা  নেহকান জামহাও(৫৯)ক দুৰ্বৃত্তই দাৰে ঘপিয়াই কাষতে থকা যমুনা নৈত পেলাই দিয়া বুলি সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে ৷ ঘটনাস্থলীত আৰক্ষীৰ উচ্চ পদস্থ বিষয়া ফৰেনচিক আৰু চিআইডিৰ দল উপস্থিতহৈ ঘটনাৰ তদন্ত আৰম্ভ
Read More News
T & CPrivacy PolicyContact Us