This browser does not support the video element.
ধেমাজি: মাছখোৱাত ৰাইজৰ দলৰ গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত, উপস্থিত জাতীয় যুৱ বাহিনীৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক
Dhemaji, Dhemaji | Aug 21, 2025
বৃহস্পতি বাৰে আবেলি চাৰি বজাত মাছখোৱাত ৰাইজৰ দলৰ গুৰুত্ব পূৰ্ণ সভা, উপস্থিত জাতীয় যুৱ বাহিনীৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক বৃহস্পতি বাৰে মাছখোৱাত ৰাইজৰ দলৰ চিচিবৰগাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত মাছখোৱাত ৰাইজৰ দলৰ যুৱ সংগঠন জাতীয় যুৱ বাহিনীৰ সাংগঠনিক সভা অনুষ্ঠিত কৰা হয়। উক্ত সভাত বিভিন্ন বিষয়ৰ ওপৰত আলোচনা কৰাৰ লগতে ৰাইজৰ দলৰ আৰু জাতীয় যুৱ বাহিনীৰ মাছখোৱাৰ