Download Now Banner

This browser does not support the video element.

নলবাৰী: চহৰৰ পেঞ্চনাৰ ভৱনত মিলিজুলি সাংস্কৃতিক গোষ্ঠী , নলবাৰীৰ উদ্যোগত সুধাকণ্ঠ ডo ভূপেন হাজৰিকা জন্ম শতবাৰ্ষিকী উদযাপন

Nalbari, Nalbari | Sep 8, 2025
নলবাৰী পেঞ্চনাৰ ভৱনত মিলিজুলি সাংস্কৃতিক গোষ্ঠী , নলবাৰীৰ উদ্যোগত সুধাকণ্ঠ ডo ভূপেন হাজৰিকা জন্ম শতবাৰ্ষিকী উদযাপন কৰা হয়।নলবাৰী সদৰ শাখা কবি সন্মিলনীৰ সম্পাদিকা অঞ্জলি দত্তৰ সভাপতিত্বত অনুষ্ঠিত অনুষ্ঠানত বিশিষ্ট সমাজকৰ্মী ধীৰেন কুমাৰ বৰ্মন,সংগীত শিল্পী ৰঞ্জিত কুমাৰ শৰ্মা,দীপক কুমাৰ কলিতা, শিক্ষয়ত্ৰী বিনু বৈশ্য, কৌতুক অভিনেতা হৰিশ তালুকদাৰ।ব
Read More News
T & CPrivacy PolicyContact Us