Download Now Banner

This browser does not support the video element.

নলবাৰী: চহৰস্থিত নলবাৰী হৰিমন্দিৰত ৭ হাজাৰ আয়তীৰ দিহানাম প্ৰদৰ্শন

Nalbari, Nalbari | Sep 12, 2025
আজি নলবাৰী হৰিমন্দিৰত একেলগে ৭ হাজাৰ আয়তীয়ে পৰিবেশন কৰিলে দিহানাম । পবিত্ৰ ভাদ মাহ উপলক্ষে নলবাৰী হৰিমন্দিৰৰ উদ্যোগত আয়োজন কৰা হৈছে দিহানামৰ। জিলাখনৰ ভিন্ন প্ৰান্তৰ মহিলাসকলে অংশ লৈছে দিহানামত । জিলাখনৰ ৭ হাজাৰ মহিলাই প্ৰদৰ্শন কৰে দিহানাম । অনুষ্ঠানত উপস্থিত থাকে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা প্ৰায় ৩০ মিনিট সময় প্ৰদৰ্শন কৰে মহিলাসকলে দিহানাম ।
Read More News
T & CPrivacy PolicyContact Us