Download Now Banner

This browser does not support the video element.

ঢেকিয়াজুলি ভাগ: ৰাজ্য চৰকাৰে চলোৱা অমানবীয় উচ্ছেদ অভিযানৰ বিৰুদ্ধে ঢেকীয়াজুলিত ক্ষোভিত হৈ পৰিছে নেমছু’ৰ কেন্দ্ৰীয় সভাপতি বদৰুল ইছলাম

Dhekiajuli Part, Sonitpur | Aug 1, 2025
ৰাজ্য চৰকাৰে চলোৱা অমানবীয় উচ্ছেদ অভিযানৰ বিৰুদ্ধে শুক্ৰবাৰে দিনৰ ২ বাজি ৩০ মিনিটত ঢেকীয়াজুলিত ক্ষোভিত হৈ পৰিছে নেমছু’ৰ কেন্দ্ৰীয় সভাপতি বদৰুল ইছলাম ৷ উল্লেখ্য যে ৰাজ্য চৰকাৰে ৰাজ্যৰ প্ৰান্তেপ্ৰান্তে চলাইছে উচ্ছেদ অভিযান ৷ ফলত এতিয়া বিভিন্ন কষ্টৰ সন্মুখীন হৈছে উচ্ছেদিত পৰিয়াল ৷ ইয়াকেলৈ আজি ক্ষোভিত হ’ল নেমছুৰ কেন্দ্ৰীয় সভাপতি বদৰুল ইছলাম ৷ এই সন্দৰ্ভত আজি বদৰুল ইছলামৰ মন্তব্য ৷
Read More News
T & CPrivacy PolicyContact Us