Download Now Banner

This browser does not support the video element.

বিশ্বনাথ: বিহালী বেদেতীত ফুটবল প্ৰতিযোগিতাৰ দ্বিতীয়খন চেমি ফাইনেল খেল সম্পন্ন, বিধায়ক দিগন্ত ঘাটোৱালৰ অংশগ্ৰহণ

Biswanath, Biswanath | Sep 5, 2025
বিহালী চাহ বাগিছা ক্ৰীড়া সন্থাৰ উদ্যোগত শ্বহীদ বীৰ বীৰছা মুণ্ডা সোঁৱৰণী চতুৰ্থ বাৰ্ষিক সদৌ অসম ভিত্তিত ফুটবল প্ৰতিযোগিতা যোৱা ৩১আগষ্টৰ পৰা অনুষ্ঠিত হৈ আছে। আজি দ্বিতীয়খন চেমি ফাইনেল খেল অৰুণাচল প্ৰদেশৰ এফ চি আৰু মাহোৰ টাউন ক্লাব ডিমাছাওৰ মাজত অনুষ্ঠিত হৈছিল । এক উত্তেজনা পুৰ্ণ খেলখনত ৩-২ গলৰ ব্যৱধানত ডিমাছাওয়ে খিতাপ দখল কৰিবলৈ সক্ষম হয়। আজিৰ খেলখন উপভোগ কৰে বিহালী বিধান সভা সমষ্টিৰ বিধায়ক দিগন্ত ঘাটোৱাল আদি অংশগ্ৰহণ কৰে।
Read More News
T & CPrivacy PolicyContact Us